অসম

গুৱাহাটী কমাৰ্চ কলেজ পৰিদৰ্শন বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ, সমস্যা সমাধানৰ আশ্বাস

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

নতুন গুৱাহাটীৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই গুৱাহাটী কমাৰ্চ কলেজ পৰিদৰ্শন কৰি দীৰ্ঘদিনীয়া সমস্যা সন্দৰ্ভত কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে আলোচনা কৰে।

২ / ৫

নতুন গুৱাহাটী সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই ২৭ নৱেম্বৰত গুৱাহাটী কমাৰ্চ কলেজ পৰিদৰ্শন কৰে।

৩ / ৫

আলোচনাত দীৰ্ঘদিন ধৰি জলমগ্ন হৈ থকা ড° বিৰিঞ্চি কুমাৰ বৰুৱা গ্ৰন্থাগাৰ পুনৰ নিৰ্মাণ, খেলপথাৰৰ উন্নয়ন, উদ্যোগীক প্ৰশিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীৰ উদ্যমিতা বিকাশ, ছাত্ৰাবাসৰ পুনৰ নিৰ্মাণ…

৪ / ৫

শিক্ষাৰ্থীসকলক সম্বোধন কৰি বিধায়কগৰাকীয়ে কয় যে ভাৰত আজি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু উন্নত ভাৰতৰ লক্ষ্যত মেধা পলায়ণ হ্ৰাস পাইছে।

৫ / ৫

অনুষ্ঠানত প্ৰাক্তন পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জন বৰা, সঞ্চালক গুণমণি গগৈ, গ্ৰন্থাগাৰিক ড° উৎপল শৰ্মা আৰু বিজেপি গুৱাহাটী মহানগৰৰ সাধাৰণ সম্পাদক চিন্ময় শৰ্মা উপস্থিত থাকে।

গুৱাহাটী কমাৰ্চ কলেজ পৰিদৰ্শন বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ, সমস্যা সমাধানৰ আশ্বাস

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক