অসম

৭ নৱেম্বৰৰ পৰা যমুনাৰ সম্পূৰ্ণ বেদখল উচ্ছেদৰ সিদ্ধান্ত, পট্টা থকা সকলক ক্ষতিপূৰণ দি বেদখল মুক্ত কৰা হ'ব - অখিল গগৈ

NewzNow · ৪ নৱেম্বৰ ২০২৬

১ / ৫

শিৱসাগৰৰ ঐতিহাসিক যমুনাৰ বেদখল উচ্ছেদৰ বাবে ৭ নৱেম্বৰৰ পৰা অভিযান চলোৱাৰ সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে।

২ / ৫

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰজাদিনীয়া যমুনাক বেদখলমুক্ত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।

৩ / ৫

বুধবাৰে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত যমুনাৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

৪ / ৫

বৈঠকত যমুনাৰ ভূমি বেদখলমুক্ত কৰাৰ লগতে ঐতিহাসিক জলাশয়টোৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ কাম আগবঢ়াই নিয়াৰ সন্দৰ্ভত আলোচনা কৰা হয়।

৫ / ৫

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, অহা ৭ নৱেম্বৰৰ পৰা যমুনাৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাব জিলা প্ৰশাসনে।

৭ নৱেম্বৰৰ পৰা যমুনাৰ সম্পূৰ্ণ বেদখল উচ্ছেদৰ সিদ্ধান্ত, পট্টা থকা সকলক ক্ষতিপূৰণ দি বেদখল মুক্ত কৰা হ'ব - অখিল গগৈ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক