শিশুৰ পিতৃত্ব নিৰূপণৰ বাবে ডিএনএ পৰীক্ষাত সন্মত বিধানসভাৰ উপাধ্যক্ষ হাবে টেৰণ।
ডংকামোকাম, ২৮ নৱেম্বৰ: অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক হাবে টেৰণক কেন্দ্ৰ কৰি চলি থকা বিতৰ্কই নতুন মোৰ লৈছে।
শনিবাৰে ডংকামোকামৰ কাৰ্বি পৰম্পৰাগত ভৱন ‘কাৰ্বি হেমতুন’ত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত অভিযোগকাৰী মহিলাগৰাকী আৰু ৰাইজৰ উপস্থিতিত বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে এই প্ৰতিশ্ৰুতি প্ৰদান…
উল্লেখ্য যে, যোৱা ২৪ নৱেম্বৰত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি কাবান কিলিংপি নামৰ মহিলাগৰাকীয়ে হাবে টেৰণৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ তুলিছিল।
মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁৰ পাঁচ বছৰীয়া পুত্ৰ সন্তানটিৰ পিতৃ হৈছে হাবে টেৰণ।
newznow.in