এনডিএ ৩.০ চৰকাৰৰ ২০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে বিভিন্ন আঁচনি আৰু উন্নয়নমূলক পদক্ষেপৰ খতিয়ান দাঙি ধৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটী, ২৮ নৱেম্বৰ: অসমত এনডিএ ৩.০ চৰকাৰৰ ২০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনি, বিনিয়োগ, আন্তঃগাঁথনি উন্নয়ন আৰু নিৰাপত্তা ব্যৱস্থাৰ খতিয়ান দাঙি ধৰিছে…
মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰি কয় যে অৰুণোদয় ৩.০, নিযুত মইনা আৰু নিযুত বাবু আঁচনিয়ে ৰাজ্যৰ জনসাধাৰণক উপকৃত কৰিছে।
উদ্যোগ আৰু বিনিয়োগৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জাগীৰোডত গঢ়ি উঠা ছেমিকণ্ডাক্টৰ উদ্যোগক বিশেষভাৱে উল্লেখ কৰে।
ৰাজ্যৰ পথ, দলং, স্বাস্থ্য, শিক্ষা আৰু বিদ্যুৎ খণ্ডৰ অগ্ৰগতিৰ কথাও মুখ্যমন্ত্ৰীৰ বাৰ্তাত স্থান পায়।
newznow.in