প্ৰযুক্তি

Microsoftৰ ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছাই চাকৰি এৰাৰ প্ৰস্তাৱ

NewzNow · ২৮ অক্টোবৰ ২০২৬

১ / ৫

Microsoft-এ প্ৰায় ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছাই চাকৰি এৰাৰ প্ৰস্তাৱ দিছে।

২ / ৫

নতুন দিল্লী, ২৭ অক্টোবৰঃ প্ৰযুক্তি প্ৰতিষ্ঠান Microsoft-এ প্ৰায় ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছাই চাকৰি এৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

৩ / ৫

Microsoftৰ Chief People Officer Amy Coleman-এ কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা আভ্যন্তৰীণ বাৰ্তাত Voluntary Exit Offer (VEO)ৰ কথা ঘোষণা কৰে।

৪ / ৫

প্ৰতিষ্ঠানটোৰ নিৰ্বাচিত বিভাগত Level 70 বা তাৰ তলৰ পদত থকা যোগ্য কৰ্মচাৰীসকল এই আঁচনিৰ অন্তৰ্ভুক্ত হ’ব পাৰে।

৫ / ৫

Microsoft-এ সকলো কৰ্মচাৰীৰ বাবে প্ৰযোজ্য আৰ্থিক পেকেজৰ সম্পূৰ্ণ চৰ্ত ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাই।

Microsoftৰ ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছাই চাকৰি এৰাৰ প্ৰস্তাৱ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক