উত্তৰ-পূৰ্বাঞ্চল

ধৰ্ষণৰ অভিযোগ! BJP বিধায়ক ছানবৰ শ্বুল্লাইৰ অগ্ৰীম জামিন আবেদনৰ ৰায় ৩০ নৱেম্বৰত

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

মেঘালয়ৰ বিধায়ক ছানবৰ শ্বুল্লাইৰ আগতীয়া জামিন আবেদনৰ ৰায়দানৰ দিন ৩০ নৱেম্বৰ ধাৰ্য কৰিছে শ্বিলঙৰ সত্ৰ আদালতে।

২ / ৫

শ্বিলং, ২৮ নৱেম্বৰ: মেঘালয়ৰ উত্তৰ শ্বিলং সমষ্টিৰ BJP বিধায়ক ছানবৰ শ্বুল্লাইৰ আগতীয়া জামিন আবেদনৰ ৰায়দানৰ বাবে ৩০ নৱেম্বৰৰ দিনটো ধাৰ্য কৰিছে শ্বিলঙৰ সত্ৰ আদালতে।

৩ / ৫

নানিকা আৰ মাৰাক নামৰ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত যোৱা ১৪ নৱেম্বৰত শ্বিলং সদৰ থানাত এক ডায়েৰী এন্ট্ৰি (জি ডি নং ৫/২০২৬) পঞ্জীয়ন কৰা হৈছিল।

৪ / ৫

ইয়াৰ পূৰ্বে ২০ নৱেম্বৰত আবেদনখনৰ প্ৰথম শুনানি গ্ৰহণ কৰা হৈছিল।

৫ / ৫

২৮ নৱেম্বৰৰ শুনানিত গোচৰৰ তদন্তকাৰী বিষয়াই আদালতত তদন্তৰ স্থিতি প্ৰতিবেদন দাখিল কৰে।

ধৰ্ষণৰ অভিযোগ! BJP বিধায়ক ছানবৰ শ্বুল্লাইৰ অগ্ৰীম জামিন আবেদনৰ ৰায় ৩০ নৱেম্বৰত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক