Gen Zৰ প্ৰতিবাদৰ আঁৰত দেশী-বিদেশী অৰাজক শক্তিৰ উচটনি আৰু ষড়যন্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে RSSৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোছাবালে।
দেশৰ বিভিন্ন প্ৰান্তত Gen Zৰ প্ৰতিবাদৰ আঁৰত ষড়যন্ত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে Rashtriya Swayamsevak Sangh (RSS)ৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোছাবালে।
ইন্দোৰত অনুষ্ঠিত RSSৰ অখিল ভাৰতীয় কাৰ্যকৰী মণ্ডলৰ বৈঠকৰ সময়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে হোছাবালে।
হোছাবালেৰ মতে, যুৱক-যুৱতীসকলৰ ক্ষোভ, সমস্যা আৰু দাবী শুনাটো অত্যন্ত প্ৰয়োজনীয়।
RSSৰ বৈঠকত নিবনুৱা সমস্যা, পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR)ক লৈ সৃষ্টি হোৱা বিতৰ্ক আৰু দেশৰ আভ্যন্তৰীণ বিষয়ত বাহ্যিক হস্তক্ষেপৰ আশংকাকে ধৰি বিভিন্ন বিষয়…
newznow.in