দেশ

নয়ডাত চাইবাৰ প্ৰৱঞ্চনা চক্ৰৰ কবলৰ পৰা ২৩৬ বিদেশী নাগৰিকক উদ্ধাৰ আৰক্ষীৰ

NewzNow · ২৮ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

চাকৰিৰ প্ৰলোভনেৰে ভাৰতলৈ আনি চাইবাৰ অপৰাধত লগোৱা ২৩৬গৰাকী বিদেশী নাগৰিকক নয়ডাৰ পৰা উদ্ধাৰ কৰিলে আৰক্ষীয়ে।

২ / ৫

নতুন দিল্লী, ২৮ নৱেম্বৰ: চাকৰিৰ প্ৰলোভনেৰে ভাৰতলৈ আনি চাইবাৰ প্ৰৱঞ্চনাৰ কামত লগোৱা এটা চক্ৰৰ কবলৰ পৰা ২৩৬গৰাকী বিদেশী নাগৰিকক উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

৩ / ৫

চক্ৰটোৰ কবলৰ পৰা পলাই সাৰিবলৈ সক্ষম হোৱা এগৰাকী মালয়েছিয়াৰ নাগৰিকে আৰক্ষীক অৱগত কৰাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে।

৪ / ৫

এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এতিয়ালৈকে এগৰাকী মালয়েছিয়াৰ নাগৰিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

৫ / ৫

শেহতীয়াভাৱে দেশত চাইবাৰ অপৰাধ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।

নয়ডাত চাইবাৰ প্ৰৱঞ্চনা চক্ৰৰ কবলৰ পৰা ২৩৬ বিদেশী নাগৰিকক উদ্ধাৰ আৰক্ষীৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক