আন্তঃৰাষ্ট্ৰীয়

ম্যানমাৰত বিয়াৰ অনুষ্ঠানত সামৰিক বাহিনীৰ বিমান আক্ৰমণ, নিহতৰ সংখ্যা ১৭জনলৈ বৃদ্ধি পোৱাৰ আশংকা

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

ম্যানমাৰৰ এখন গাঁৱত বিয়াৰ প্ৰস্তুতি চলি থকাৰ মাজতে সামৰিক বাহিনীয়ে চলোৱা বিমান আক্ৰমণত কেইবাজনো লোক নিহত হৈছে।

২ / ৫

নেপিড’, ২৮ নৱেম্বৰ: ম্যানমাৰত এটি বিবাহ অনুষ্ঠানৰ প্ৰস্তুতি চলি থকাৰ সময়তে দেশখনৰ সামৰিক বাহিনীয়ে চলোৱা বিমান আক্ৰমণত কেইবাজনো লোক নিহত হৈছে।

৩ / ৫

ছান আৰু কেৰেনি ৰাজ্যৰ সীমান্তৱৰ্তী মোয়ে বাই অঞ্চলৰ এখন গাঁৱত এই বিমান আক্ৰমণ সংঘটিত হয়।

৪ / ৫

এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, প্ৰথমে অঞ্চলটোৰ ওপৰেৰে যুদ্ধবিমান উৰি যোৱাৰ শব্দ শুনা গৈছিল যদিও তাত বোমা বৰ্ষণ হ’ব বুলি কোনেও ভবা নাছিল।

৫ / ৫

২০২১ চনত আং ছান ছ্যু কীৰ নেতৃত্বাধীন নিৰ্বাচিত চৰকাৰখনক সামৰিক অভ্যুত্থানৰ জৰিয়তে ওফৰাই ক্ষমতা দখল কৰাৰ পিছৰে পৰা ম্যানমাৰত ভয়ংকৰ গৃহযুদ্ধ অব্যাহত আছে।

ম্যানমাৰত বিয়াৰ অনুষ্ঠানত সামৰিক বাহিনীৰ বিমান আক্ৰমণ, নিহতৰ সংখ্যা ১৭জনলৈ বৃদ্ধি পোৱাৰ আশংকা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক