আন্তঃৰাষ্ট্ৰীয়

ইজিপ্তৰ ৰাজপথত তেলবাহী টেংকাৰ দুৰ্ঘটনাত ভয়ংকৰ অগ্নিকাণ্ড: নিহত ৩১, আহত ২১ জন

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

কাইৰোৰ ৰিং ৰোডত তেল পৰিবাহী টেংকাৰ বাগৰি সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কমেও ৩১ জন নিহত আৰু ২১ জন লোক আহত হৈছে।

২ / ৫

কাইৰো, ২৮ নৱেম্বৰ: ইজিপ্তৰ ৰাজধানী কাইৰোৰ উপকণ্ঠৰ এখন ব্যস্ত ৰাজপথত তেল পৰিবাহী টেংকাৰ বাগৰি পৰাৰ পিছতে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত কমেও ৩১ জন লোকৰ মৃত্যু হৈছে।

৩ / ৫

বুধবাৰে কাইৰোৰ চাৰিওফালে থকা ৰিং ৰোডত এই দুৰ্ঘটনা সংঘটিত হয়।

৪ / ৫

এই অগ্নিকাণ্ডৰ ফলত পথত থকা দুকুৰিৰো অধিক বাহন আৰু মটৰচাইকেল জাহ যায়।

৫ / ৫

আহমেদ ছামীৰ নামৰ এজন প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, তেওঁ তেল পৰিবাহী ট্ৰাকখনৰ লগতে কেইবাখনো বাহন জ্বলি থকা প্ৰত্যক্ষ কৰে আৰু জ্বলি যোৱা বাহনৰ পৰা উদ্ধাৰকাৰীয়ে কমেও আঠটা মৃতদেহ…

ইজিপ্তৰ ৰাজপথত তেলবাহী টেংকাৰ দুৰ্ঘটনাত ভয়ংকৰ অগ্নিকাণ্ড: নিহত ৩১, আহত ২১ জন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক