ৰাজনীতি

ছোনিয়া গান্ধীয়ে নাগৰিকত্ব লাভ কৰিছিল ১৯৮৩ চনত অথচ ১৯৮০ চনৰ ভোটাৰ তালিকাত আছিল নাম :দিল্লী আৰক্ষী

NewzNow · ২৮ নৱেম্বৰ ২০২৬

১ / ৫

ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পূৰ্বেই ছোনিয়া গান্ধীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ সন্দৰ্ভত আদালতত তদন্তৰ প্ৰতিবেদন দাখিল কৰিছে দিল্লী আৰক্ষীয়ে।

২ / ৫

নতুন দিল্লী, ২৮ নৱেম্বৰ: কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ তিনি বছৰ পূৰ্বেই ১৯৮০ চনৰ ভোটাৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ সন্দৰ্ভত আদালতত দুখন…

৩ / ৫

আদালতৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে দাখিল কৰা তদন্তৰ অগ্ৰগতি সম্পৰ্কীয় প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অভিযোগটো আই পি এষ্টেট থানাৰ এক্তিয়াৰত নপৰে।

৪ / ৫

আৰক্ষীয়ে আদালতক জনোৱা মতে, ১৯৮০ আৰু ১৯৮৩ চনৰ ভোটাৰ তালিকাত ছোনিয়া গান্ধীৰ নাম থকাৰ সন্দৰ্ভত নতুন দিল্লীৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ পৰা তথ্য বিচৰা হৈছিল।

৫ / ৫

ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰপত্ৰ-৬ আৰু অন্যান্য যাৱতীয় নথি-পত্ৰ আৰক্ষীয়ে এতিয়ালৈকে লাভ কৰা নাই বুলি প্ৰতিবেদনত জনোৱা হৈছে।

ছোনিয়া গান্ধীয়ে নাগৰিকত্ব লাভ কৰিছিল ১৯৮৩ চনত অথচ ১৯৮০ চনৰ ভোটাৰ তালিকাত আছিল নাম :দিল্লী আৰক্ষী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক