তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰসূতিক প্ৰহাৰ কৰাৰ ঘটনাকলৈ তীব্ৰ চাঞ্চলয়্য সৃষ্টি ।
মাকুম,২৯ নৱেম্বৰ : বিতৰ্কই যেন লগ নেৰা হৈছে মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়।
নিশা পুনৰ চিকিৎসা মহাবিদ্যালয় খনত এগৰাকী প্ৰসূতিক নাৰ্চে প্ৰহাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়।
বৃষ্টিনা বৰা নামৰ এগৰাকী নাৰ্চে প্ৰসূতি গৰাকীক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয়।
প্ৰসূতি গৰাকীৰ স্বামীৰ অভিযোগ অনুসৰি, প্ৰসৱৰ বাবে ডুমডুমা চামদাং বৰগুৰি লাইনৰ এগৰাকী প্ৰসূতিয়ে স্বামীৰ সৈতে চিকিৎসা মহাবিদ্যালয় খনত ভৰ্তি হয় আৰু আজি প্ৰসৱৰ বাবে নাৰ্চ গৰাকীয়ে যোগাৰ কৰি থকাৰ…
newznow.in