অসম

আমগুৰিত বাইকৰ খুন্দাত নিহত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পল্লৱ শইকীয়া

NewzNow · ৪ নৱেম্বৰ ২০২৬

১ / ৫

আমগুৰিত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইকৰ খুন্দাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পল্লৱ শইকীয়াৰ মৃত্যু।

২ / ৫

আমগুৰি, ৪ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ আমগুৰিত মটৰচাইকেলৰ খুন্দাত নিহত হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পল্লৱ শইকীয়া।

৩ / ৫

আমগুৰিৰ কছাৰী লাইনৰ সমীপত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

৪ / ৫

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত যুৱকজনক প্ৰথমে আমগুৰি চিকিৎসালয়লৈ নিয়া হয়।

৫ / ৫

আমগুৰি পৌৰসভাৰ ১ নং ৱাৰ্ডৰ নিৱাসী পল্লৱ শইকীয়াৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁ পৰে।

আমগুৰিত বাইকৰ খুন্দাত নিহত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা পল্লৱ শইকীয়া

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক