অসম

শিৱসাগৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সপোন দেখিবলৈ আৰম্ভ কৰা এজাক শিশু, কিশোৰ কিশোৰীৰ শাৰীৰিক, মানসিক দক্ষতা বৃদ্ধিৰ সুন্দৰ প্ৰয়াস।

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

শিৱসাগৰ: যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ আসক্তিৰ পৰা আঁতৰাই শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি তোলাৰ লগতে আৰক্ষী, ভাৰতীয় সেনা আৰু চি আৰ পি এফৰ দৰে বাহিনীত নিযুক্তিৰ বাবে প্ৰস্তুত কৰাৰ…

২ / ৫

এই কাৰ্যসূচীৰ অধীনত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ পৰা আমন্ত্ৰণ কৰি অনা বিশেষ প্ৰশিক্ষকৰ জৰিয়তে যুৱক-যুৱতীসকলক দৌৰ, জাম্পকে ধৰি বিভিন্ন শাৰীৰিক অনুশীলনৰ প্ৰশিক্ষণ দিয়া হৈছে।

৩ / ৫

কেৱল শাৰীৰিক প্ৰশিক্ষণতে সীমাবদ্ধ নাথাকি নিযুক্তি পৰীক্ষাৰ লিখিত অংশৰ বাবেও প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰা হৈছে।

৪ / ৫

আনহাতে, যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰাই সুস্থ জীৱনশৈলী আৰু শৃংখলাবদ্ধতাৰ প্ৰতি উৎসাহিত কৰাও এই পদক্ষেপৰ অন্যতম উদ্দেশ্য।

৫ / ৫

বেতবাৰী নাগৰিক মঞ্চৰ উদ্যোগত আৰু জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ তত্ত্বাৱধানত আৰম্ভ হৈছে এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী।

শিৱসাগৰ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সপোন দেখিবলৈ আৰম্ভ কৰা এজাক শিশু, কিশোৰ কিশোৰীৰ শাৰীৰিক, মানসিক দক্ষ...

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক