অসম

ছমৰীয়া আৰু মন্দিৰাত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান: বাহনসহ ১১টাকৈ গৰু জব্দ, আটক চালক

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

অভিযানকাৰী দলটোৱে গৰু কঢ়িয়াই নিয়া AS 01 NC 4128 নম্বৰৰ বাহনখন জব্দ কৰাৰ লগতে বাহনখনৰ চালকজনক আটক কৰে।

২ / ৫

কামৰূপ জিলাত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে।

৩ / ৫

আৰক্ষী সূত্ৰে জানিব পৰা মতে, এক গোপন খবৰৰ ভিত্তিত যোৱা নিশা ছমৰীয়া আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান চলায়।

৪ / ৫

ইফালে, একে নিশাই মন্দিৰা আৰক্ষীয়েও চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে পৃথক অভিযান চলায়।

৫ / ৫

বৰ্তমান জব্দ কৰা গৰু কেইটা ছমৰীয়া আৰু মন্দিৰা আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

ছমৰীয়া আৰু মন্দিৰাত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান: বাহনসহ ১১টাকৈ গৰু জব্দ, আটক চালক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক