অসম

বকোত কয়লাভৰ্তি অভাৰল'ডেড ট্ৰাকৰ দৌৰাত্ম্যক লৈ স্থানীয় ৰাইজৰ তীব্ৰ ক্ষোভ

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

কামৰূপ জিলাৰ বকো-ছয়গাঁও সমষ্টিৰ হাহিম-বকো পথত অবৈধভাৱে চলি থকা কয়লাভৰ্তি অভাৰল'ডেড ট্ৰাকক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

২ / ৫

কামৰূপ জিলাৰ বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত হাহিম-বকো পথত প্ৰতিদিনে চলি থকা শ শ কয়লাভৰ্তি অভাৰল'ডেড ট্ৰাকৰ দৌৰাত্ম্যক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

৩ / ৫

স্থানীয় ৰাইজে বকো-ছয়গাঁৱৰ বিধায়ক ৰাজীৱ মেছৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে।

৪ / ৫

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ (আৰএইচএচি) কাৰ্যবাহী সদস্য অৰ্জুন ছেত্ৰীয়ে অভিযোগ কৰে যে প্ৰভাৱশালী পক্ষৰ আশীৰ্বাদত এক সুসংগঠিত কয়লা ছিণ্ডিকেট চলি আছে।

৫ / ৫

কাজিৰঙাৰ ৰঙাজানত সংঘটিত শোকাৱহ দুৰ্ঘটনাৰ পিছত পৰিবহণ বিভাগে ৰাজ্যজুৰি তদন্ত তীব্ৰতৰ কৰাৰ পাছতো বকো-হাহিম পথত কোনো ব্যৱস্থা নোলোৱাক লৈয়ো ছেত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰে।

বকোত কয়লাভৰ্তি অভাৰল'ডেড ট্ৰাকৰ দৌৰাত্ম্যক লৈ স্থানীয় ৰাইজৰ তীব্ৰ ক্ষোভ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক