অসম

‘সংবিধানৰ শ্ৰাদ্ধ কৰাসকলেই আজি সংবিধান বচোৱাৰ নাটক কৰিছে’-ভৱেশ কলিতা

NewzNow · ৪ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

ৰঙিয়াত ‘গণতন্ত্ৰ বচাও, অৰাজকতা হটাও’ শীৰ্ষক নাগৰিক সন্মিলনত ভৱেশ কলিতা আৰু পংকজ বৰবৰাই বিৰোধী দলসমূহক সমালোচনা কৰে।

২ / ৫

ৰঙিয়া, ৪ নৱেম্বৰঃ ‘গণতন্ত্ৰ বচাও, অৰাজকতা হটাও’ শীৰ্ষক এক নাগৰিক সন্মিলন ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত হয়।

৩ / ৫

দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি, গণতান্ত্ৰিক ব্যৱস্থাৰ সুৰক্ষা আৰু অৰাজকতাৰ বিৰুদ্ধে জনমত গঠনৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হয়।

৪ / ৫

সন্মিলনত মুখ্য বক্তা হিচাপে উপস্থিত থাকি ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই কংগ্ৰেছ আৰু বাওঁপন্থী দলসমূহক তীব্ৰ সমালোচনা কৰে।

৫ / ৫

ইয়াৰ উপৰি, কেৱল ৰাজপাট দখলৰ স্বাৰ্থত জেন-জি আন্দোলনৰ নাম লৈ একাংশ দেশদ্ৰোহীয়ে দেশখন অস্থিৰ কৰাৰ চেষ্টা চলাইছে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।

‘সংবিধানৰ শ্ৰাদ্ধ কৰাসকলেই আজি সংবিধান বচোৱাৰ নাটক কৰিছে’-ভৱেশ কলিতা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক