ৰাজনীতি

''মোদী চৰকাৰৰ পতন ঘটিলেই অপকৰ্ম আৰু দুৰ্নীতিৰ বাবে হিমন্ত বিশ্ব শৰ্মা জেললৈ যোৱাতো খাটাং’’: গৌৰৱ গগৈ

NewzNow · ৪ নৱেম্বৰ ২০২৬

১ / ৫

কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ অহাৰ সম্ভাৱনাক লৈ মুখ্যমন্ত্ৰী শংকিত বুলি দাবী গৌৰৱ গগৈৰ।

২ / ৫

গুৱাহাটী, ৪ নৱেম্বৰঃ কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ সম্ভাৱনাক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শংকিত হৈ পৰিছে বুলি মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাৰ বিৰোধী…

৩ / ৫

গগৈয়ে লিখিছে যে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ অহাৰ কথা ভাবিয়েই মুখ্যমন্ত্ৰীৰ নিদ্ৰাহৰণ হৈছে।

৪ / ৫

ইফালে, ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি কৰা বিদ্যুতৰ মাচুলক লৈও চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে।

৫ / ৫

গগৈৰ মতে, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (APDCL) বিগত সময়ছোৱাত জমা হোৱা ১৫৫.৫৯ কোটি টকাৰ বিদ্যুৎ ক্ৰয় ব্যয় পৰৱৰ্তী পাঁচ মাহত গ্ৰাহকৰ পৰা আদায় কৰাৰ অনুমতি লাভ কৰিছে।

''মোদী চৰকাৰৰ পতন ঘটিলেই অপকৰ্ম আৰু দুৰ্নীতিৰ বাবে হিমন্ত বিশ্ব শৰ্মা জেললৈ যোৱাতো খাটাং’’: গৌৰৱ গগৈ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক