দেশ

আফগানিস্তানত বিদ্যালয়ৰ সমীপত ভয়ংকৰ বিস্ফোৰণ: ১০ জন নিহত, আহত শতাধিক

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

আফগানিস্তানৰ কুনাৰ প্ৰদেশৰ এখন বিদ্যালয়ৰ সমীপত সংঘটিত ভয়াৱহ বিস্ফোৰণত ১০ জন লোক নিহত হোৱাৰ লগতে শতাধিক আহত হয়।

২ / ৫

বিদ্যালয়ৰ সমীপতে বিস্ফোৰণ ।১০ গৰাকীৰ মৃত্যু, আহত ১১০ গৰাকী নিহত-আহতৰ অধিকাংশই শিক্ষার্থী তথা শিশু।

৩ / ৫

আফগানিস্তানৰ পূব কুনাৰ প্ৰদেশৰ ৰাজধানী আছাদাবাদৰ সমীপত এখন বিদ্যালয়ৰ কাষত সংঘটিত এক ভয়াৱহ বিস্ফোৰণত প্ৰায় ১০ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়।

৪ / ৫

প্ৰাপ্ত তথ্য অনুসৰি, আছাদাবাদৰ উপকণ্ঠ অঞ্চল আন্দাৰ ছেৰত থকা এখন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ কাষতে থকা এটা বিস্ফোৰক মজুতকৰণ স্থানৰ পৰা বিস্ফোৰণটো ঘটে।

৫ / ৫

বিস্ফোৰণৰ কাৰণ সন্দৰ্ভত কুনাৰ প্ৰদেশৰ সংস্কৃতি আৰু তথ্য বিভাগৰ সঞ্চালক ছামি উল হক বায়ানে জনায় যে স্থানীয় খনন কোম্পানীসমূহৰ বাবে মজুত ৰখা বিস্ফোৰকৰ সঠিক তদাৰকী নোহোৱাৰ ফলতে এই ঘটনা ঘটিবলৈ…

আফগানিস্তানত বিদ্যালয়ৰ সমীপত ভয়ংকৰ বিস্ফোৰণ: ১০ জন নিহত, আহত শতাধিক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক