৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ চাৰিদিনীয়া বিশেষ অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে।
কাইলৈ লোকসভাৰ বিশেষ অধিৱেশন।
৩০ নৱেম্বৰৰ পৰা সংসদৰ চাৰিদিনীয়া বিশেষ অধিৱেশন আৰম্ভ হ'ব।
২৮ নৱেম্বৰত লোকসভা সচিবালয়ে প্ৰকাশ কৰা এক বুলেটিন অনুসৰি, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ২৭ নৱেম্বৰত প্ৰেৰণ কৰা পত্ৰৰ ভিত্তিত ৰাষ্ট্ৰপতিগৰাকীয়ে…
বিশেষ অধিৱেশনখনত কেন্দ্ৰীয় চৰকাৰে তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা হাতত লৈছে।
newznow.in