ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক: বিৰোধী ঐক্য অটুট ৰখাৰ লক্ষ্যৰে ষ্টেলিন আৰু পাৱাৰক সাক্ষাৎ কৰিব 'ইণ্ডিয়া' মিত্ৰজোঁটে

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ সৃষ্টি হোৱা মতভেদ দূৰ কৰিবলৈ ডিএমকে আৰু এনচিপিক সাক্ষাৎ কৰিব কংগ্ৰেছসহ বিৰোধী নেতাসকলে।

২ / ৫

নতুন দিল্লী, ২৯ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ 'ইণ্ডিয়া' মিত্ৰজোঁটৰ ভিতৰচৰাত সৃষ্টি হোৱা মতভেদ দূৰ কৰাৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰেছ।

৩ / ৫

ইয়াৰ পূৰ্বে শনিবাৰে নতুন দিল্লীত মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত বিৰোধী মিত্ৰজোঁটৰ সংসদীয় দলৰ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়।

৪ / ৫

বিপৰীতভাৱে, ডিএমকে আৰু শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপি(এছপি)-য়ে কেন্দ্ৰৰ বিধেয়কক সমৰ্থন কৰাৰ ইংগিত দিছে।

৫ / ৫

এনচিপি(এছপি)ৰ নেতা জিতেন্দ্ৰ আওহাদে কয় যে সমগ্ৰ দেশত সমানভাৱে ৫০ শতাংশ আসন বৃদ্ধিৰ প্ৰস্তাৱক তেওঁলোকৰ দলে সমৰ্থন জনোৱাৰ পক্ষপাতী।

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক: বিৰোধী ঐক্য অটুট ৰখাৰ লক্ষ্যৰে ষ্টেলিন আৰু পাৱাৰক সাক্ষাৎ কৰিব 'ইণ্ডিয়া' মিত্ৰজোঁটে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক