ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কৰ বিৰুদ্ধে ভোট দিবলৈ সমাজবাদী পাৰ্টীৰ তিনিশাৰীৰ হুইপ জাৰি

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

কেন্দ্ৰীয় চৰকাৰৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কৰ বিৰুদ্ধে ভোট দিবলৈ দলৰ লোকসভাৰ সাংসদসকলক তিনিশাৰীৰ হুইপ জাৰি কৰিলে সমাজবাদী পাৰ্টীয়ে।

২ / ৫

নতুন দিল্লী, ২৯ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কৰ বিৰুদ্ধে সংসদত ভোটদান কৰিবলৈ সমাজবাদী পাৰ্টীয়ে দলৰ লোকসভাৰ সাংসদসকলক নিৰ্দেশ দিছে।

৩ / ৫

২৮ নৱেম্বৰত সমাজবাদী পাৰ্টীৰ মুখ্য হুইপ তথা সাংসদ ধৰ্মেন্দ্ৰ যাদৱে এই নিৰ্দেশনা জাৰি কৰে।

৪ / ৫

বিশেষ অধিৱেশনখনত কেন্দ্ৰীয় চৰকাৰে ১৩২তম সংবিধান সংশোধন বিধেয়ক ২০২৬, দ্বিতীয় সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক ২০২৬ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আইন (দ্বিতীয় সংশোধনী) বিধেয়ক ২০২৬ উত্থাপন কৰাৰ…

৫ / ৫

সমাজবাদী পাৰ্টীৰ উপৰি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ আৰু শৰদ পাৱাৰ নেতৃত্বাধীন জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টীয়েও (এনচিপি-এছপি) নিজৰ সাংসদসকলৰ বাবে তিনিশাৰীৰ হুইপ জাৰি কৰিছে।

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কৰ বিৰুদ্ধে ভোট দিবলৈ সমাজবাদী পাৰ্টীৰ তিনিশাৰীৰ হুইপ জাৰি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক