দেশ

মঞ্চত ‘জে পি নাড্ডা মুৰ্দাবাদ’ ধ্বনি দি জিভা পিছলিল মুখ্যমন্ত্ৰীৰ!

NewzNow · ৫ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

৪ নৱেম্বৰত ভূপালত বিজেপিৰ ৰাজহুৱা সভাত শ্ল’গান দি থাকোঁতে মুখ্যমন্ত্ৰী মোহন যাদৱৰ জিভা পিছলিল।

২ / ৫

মঞ্চত ভাষণ দি থাকোঁতেই জিভা পিছলিল (Slip of the tongue) মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ।

৩ / ৫

৪ নৱেম্বৰ, বুধবাৰে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ TT Nagarত বিজেপিৰ উদ্যোগত ‘লোকতন্ত্ৰ বচাও, অৰাজকতা হটাও’ শীৰ্ষক পদযাত্ৰা আৰু ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল।

৪ / ৫

সভাৰ মঞ্চৰ পৰা দলীয় নেতাসকলৰ সমৰ্থনত শ্ল’গান দি আছিল মুখ্যমন্ত্ৰী মোহন যাদৱে।

৫ / ৫

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ সন্মুখতে ‘জে পি নাড্ডা মুৰ্দাবাদ’ বুলি কৈ অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মঞ্চত ‘জে পি নাড্ডা মুৰ্দাবাদ’ ধ্বনি দি জিভা পিছলিল মুখ্যমন্ত্ৰীৰ!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক