অসম

ৰাজপথত অকলশৰীয়া মহিলাক ধৰ্ষণৰ অপচেষ্টা; ২৪ ঘন্টাৰ ভিতৰত মন্দিৰা আৰক্ষীৰ জালত অভিযুক্ত।

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

ৰাজপথত অকলশৰীয়া মহিলাক ধৰ্ষণৰ অপচেষ্টা; ২৪ ঘন্টাৰ ভিতৰত মন্দিৰা আৰক্ষীৰ জালত অভিযুক্ত।

২ / ৫

দক্ষিণ কামৰূপৰ ছমৰীয়াৰ ১ নং মালিবাৰীত এগৰাকী অকলশৰীয়া মহিলাক ৰাজপথত ধৰ্ষণৰ অপচেষ্টা চলোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৩ / ৫

এই জঘন্য ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চপাৰ পাছতেই মন্দিৰা আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই ২৪ ঘন্টাৰ ভিতৰত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

৪ / ৫

প্ৰাপ্ত তথ্য অনুসৰি, ছমৰীয়াৰ ১ নং মালিবাৰীৰ কংগ্ৰেছ নেতা আব্দুল লতিফ আনছাৰীসহ মুঠ ৬ জন লোকৰ বিৰুদ্ধে মহিলাগৰাকীক ৰাজপথত ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

৫ / ৫

ঘটনাৰ পাছতে শাৰীৰিকভাৱে অসুস্থ হৈ পৰা ভুক্তভোগী মহিলাগৰাকীয়ে মন্দিৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় দাসে…

ৰাজপথত অকলশৰীয়া মহিলাক ধৰ্ষণৰ অপচেষ্টা; ২৪ ঘন্টাৰ ভিতৰত মন্দিৰা আৰক্ষীৰ জালত অভিযুক্ত।

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক