মনোৰঞ্জন

‘জুবিনক দেশৰ সকলো মানুহে ভাল পায়, ময়ো এগৰাকী জুবিনপ্ৰেমী’— ৰাজপাল যাদৱ

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

অসমত উপস্থিত হৈ প্ৰয়াত শিল্পী জুবিন গাৰ্গক প্ৰতিভাৰ ভঁৰাল আখ্যা দি নিজকে জুবিনপ্ৰেমী বুলি ক'লে বলীউডৰ অভিনেতা ৰাজপাল যাদৱে।

২ / ৫

‘জুবিনক দেশৰ সকলো মানুহে ভালপায়, ময়ো এগৰাকী জুবিনপ্ৰেমী, জুবিন গাৰ্গ প্ৰতিভাৰ এটা ভঁৰাল'।

৩ / ৫

প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাৰে সোঁৱৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱে।

৪ / ৫

২৯ নৱেম্বৰত গুৱাহাটীত উপস্থিত হৈ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত অভিনেতাগৰাকীয়ে কয় যে জুবিন গাৰ্গৰ প্ৰতিভাৰ বিষয়ে যিমানেই কোৱা যায়, সিমানেই কম হ'ব।

৫ / ৫

‘ডাবল বিয়া’ নামৰ এখন নতুন অসমীয়া ছবিত অভিনয় কৰাৰ উদ্দেশ্যে পাঁচদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ আহিছে অভিনেতাগৰাকী।

‘জুবিনক দেশৰ সকলো মানুহে ভাল পায়, ময়ো এগৰাকী জুবিনপ্ৰেমী’— ৰাজপাল যাদৱ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক