ৰাজনীতি

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক গৃহীত হ’লে নিৰ্বাচনৰ জৰিয়তে বিজেপিক পৰাস্ত কৰা কঠিন হ’ব: সৌৰভ দাস

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

কেন্দ্ৰীয় চৰকাৰৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক গৃহীত হ’লে নিৰ্বাচনৰ জৰিয়তে বিজেপিক ক্ষমতাৰ পৰা আঁতৰোৱা কঠিন হ’ব পাৰে বুলি সকীয়নি দিয়ে চিজেপিৰ সৌৰভ দাসে।

২ / ৫

নতুন দিল্লী, ২৯ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কখনক তীব্ৰ বিৰোধিতা কৰিছে ককৰোচ জনতা পাৰ্টি (চিজেপি)-ৰ সহ-আহ্বায়ক তথা অনুসন্ধানমূলক সাংবাদিক সৌৰভ দাসে।

৩ / ৫

সংবাদমেলত অভিযোগ উত্থাপন কৰি দাসে কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰথমে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন (এছআইআৰ)-ৰ জৰিয়তে ভোটাৰৰ নাম কৰ্তন কৰিছে আৰু এতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে…

৪ / ৫

দাসে কয় যে প্ৰতিগৰাকী ভোটাৰৰ মূল্য সমান।

৫ / ৫

চিজেপিয়ে বিধেয়কখনৰ সম্পূৰ্ণ বিৰোধিতা কৰা বুলি উল্লেখ কৰি নেতাগৰাকীয়ে দাবী কৰে যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে এনেদৰে সীমা নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত বিজেপি লাভৱান হ’ব।

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক গৃহীত হ’লে নিৰ্বাচনৰ জৰিয়তে বিজেপিক পৰাস্ত কৰা কঠিন হ’ব: সৌৰভ দাস

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক