অসম

ৰুকাচেন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ লংকেশ্বৰ হাইনাৰীলৈ সন্মানীয় ডক্টৰেট বঁটা প্ৰদান।

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

হাওৰাঘাট ২৯ নবেম্বৰঃ কাৰ্বি পাহাৰৰ বুকুত জ্ঞানৰ আলোকেৰে সমাজখনক উদ্ভাসিত কৰা এগৰাকী নিষ্ঠাৱান শিক্ষাবিদৰ শিৰত আজি এক বিৰল সন্মানৰ মুকুট পিন্ধোৱা হয়।

২ / ৫

বকলীয়াঘাটস্থিত ৰুকাচেন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ লংকেশ্বৰ হাইনাৰীক 'এছিয়া বুক অৱ ৰেকৰ্ড ফাউণ্ডেশ্যন' (Asia Book of Record Foundation)-ৰ উদ্যোগত আৰু 'লুইজিয়ানা ৰিচাৰ্চ…

৩ / ৫

পশ্চিম বংগৰ কলকাতাৰ হাওৰাস্থিত ঐতিহ্যমণ্ডিত 'হাওৰা সংস্কৃত সাহিত্য সমাজ' প্ৰেক্ষাগৃহত আয়োজিত 'লৰ্ড বুদ্ধ বঁটা আৰু ড° ভীমৰাও আম্বেদকাৰ বঁটা প্ৰদান অনুষ্ঠান ২০২৬' (Lord Buddha Award & Dr.…

৪ / ৫

শিক্ষাৰ প্ৰসাৰ, নিঃস্বাৰ্থ সমাজ সেৱা আৰু মানৱীয় নেতৃত্বৰ ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিৰ চিনস্বৰূপে এই গৌৰৱময় বঁটা প্ৰদান কৰা হয়।

৫ / ৫

ভাৰপ্ৰাপ্ত অধ্যক্ষ লংকেশ্বৰ হাইনাৰীৰ এই অনন্য কৃতিত্বই ৰুকাচেন মহাবিদ্যালয় পৰিয়ালৰ লগতে সমগ্ৰ বকলীয়াঘাট তথা কাৰ্বি আংলং জিলাবাসীকে ইতিমধ্যে গৌৰৱান্বিত কৰি তুলিছে।

ৰুকাচেন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ লংকেশ্বৰ হাইনাৰীলৈ সন্মানীয় ডক্টৰেট বঁটা প্ৰদান।

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক