অসম

সৰলাৰ‌সুঁতিত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট পুৰুষ-মহিলসহ প্ৰা ২০ জন আহতঃ এজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ সৰলাৰ‌সুঁতি চৰত ভয়ংকৰ মাৰপিটৰ ঘটনা।

২ / ৫

মাৰপিটৰ ঘটনাত দুটা ফৈদৰ ২০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হব লগা হৈছে।

৩ / ৫

ঘটনাৰ বিবৰনী মতে সৰলাসুঁতি চৰৰ লালচান আলী আৰু ছফিকুল ইছলামৰ পক্ষৰ মাজত দীৰ্ঘদিন ধৰি সৰলাসুঁতি চৰৰ ভূমিকলৈ সংঘাত চলি আছিল।

৪ / ৫

অভিযোগ অনুসৰি লালচান আলীৰ পক্ষই ছফিকুল ইছলামৰ পক্ষক মাৰপিট কৰিবলৈ পৰিকল্পিতভাৱে চোকা অস্ৰ সু-সজ্জিত কৰি ৰাখি ছফিকুল ইছলামৰ পক্ষক ভয়ংকৰভাৱে আক্ৰমণ চলোৱাৰ পিছত বিবাদী পক্ষই প্ৰত্যাক্ৰমণ…

৫ / ৫

চৰ অঞ্চলৰ ভুমি বেদখল কৰাকলৈ দুটা ফৈদৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা।

সৰলাৰ‌সুঁতিত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট পুৰুষ-মহিলসহ প্ৰা ২০ জন আহতঃ এজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক