অসম

স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন: বেলট বাকচ লৈ ভোটকেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰী

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে যাৱতীয় নিৰ্বাচনী সামগ্ৰীসহ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে বিষয়া-কৰ্মচাৰীসকল।

২ / ৫

ধেমাজি, ২৯ নৱেম্বৰ: মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে।

৩ / ৫

জোনাই, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়াকে ধৰি ৰাজ্যৰ ১১খন জিলাত এই নিৰ্বাচন অনুষ্ঠিত হ'ব।

৪ / ৫

ধেমাজি জিলাত নিৰ্বাচন পৰিচালনাৰ বাবে মুঠ ২,০০০ বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হৈছে।

৫ / ৫

ধেমাজিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুঠ ১৭টা সমষ্টিৰ ভিতৰত ৩নং গালী-বিজয়পুৰ আৰু ৫নং অয়াং-জোনাই সমষ্টিত দুগৰাকী প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।

স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন: বেলট বাকচ লৈ ভোটকেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক