অসম

মৈৰাবাৰীৰ পৰা সন্ধানহীন ১১ বছৰীয়া শিশু শ্বাকিবুৰ ৰহমান, সন্ধান বিচাৰি পৰিয়ালৰ আহ্বান

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

মৰিগাঁও, ২৯ নৱেম্বৰঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা সন্ধানহীন হৈছে এগৰাকী ১১ বছৰীয়া শিশু।

২ / ৫

পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, শনিবাৰে নিশা শিশুগৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা তেওঁৰ কোনো সন্ধান লাভ কৰা নাই।

৩ / ৫

১১ বছৰীয়া শিশুগৰাকীৰ সন্ধান নাপাই উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক।

৪ / ৫

এটা সৰু তথ্যই শিশুগৰাকীৰ সন্ধান উলিওৱাত সহায় কৰিব পাৰে।

৫ / ৫

শনিবাৰে নিশাৰ পৰা সন্ধানহীন হৈ আছে মৈৰাবাৰীৰ ৬নং ৱাৰ্ডৰ বাসিন্দা জছুম উদ্দিনৰ পুত্ৰ শ্বাকিবুৰ ৰহমান।

মৈৰাবাৰীৰ পৰা সন্ধানহীন ১১ বছৰীয়া শিশু শ্বাকিবুৰ ৰহমান, সন্ধান বিচাৰি পৰিয়ালৰ আহ্বান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক