দেশ

বিজেপি কাৰ্যালয়ত শিলাবৰ্ষণ আৰু ভাঙি-ছিঙি তাণ্ডৱ, পৰিস্থিতি নিয়ন্ত্ৰণলৈ আৰক্ষীৰ লাঠীচালনা

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

পাটনাত বিজেপি কাৰ্যালয় আৰু বাহনত একাংশ লোকৰ শিলাবৰ্ষণ।

২ / ৫

পাটনা, ২৯ নৱেম্বৰ: বিহাৰৰ ৰাজধানী পাটনাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত দেওবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

৩ / ৫

পাটনাৰ মিলাৰ স্কুল খেলপথাৰত সামাজিক মাধ্যমৰ প্ৰভাৱক তথা ইউটিউবাৰ আৰিয়ান কেলভিনৰ এটা অনুষ্ঠান চলি আছিল।

৪ / ৫

ইয়াৰ পিছতে খেলপথাৰৰ পৰা ওলাই অহা দলটোৱে ওচৰৰ অঞ্চলত ভাঙি-ছিঙি আৰম্ভ কৰে।

৫ / ৫

ঘটনাৰ সময়ত আৰক্ষীৰ ওপৰতো শিলাবৰ্ষণ কৰা হয় আৰু ইয়াৰ ফলত কেইবাজনো আৰক্ষী কৰ্মী আহত হয়।

বিজেপি কাৰ্যালয়ত শিলাবৰ্ষণ আৰু ভাঙি-ছিঙি তাণ্ডৱ, পৰিস্থিতি নিয়ন্ত্ৰণলৈ আৰক্ষীৰ লাঠীচালনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক