ৰাজনীতি

‘৮৫০খন আসনযুক্ত লোকসভা হ’লে ভাৰতৰ গণতন্ত্ৰ শেষ হৈ যাব’, সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ ৰাহুল গান্ধীৰ মন্তব্য

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে লোকসভাৰ আসন ৮৫০খনলৈ বৃদ্ধি কৰিলে দেশৰ গণতন্ত্ৰ ধ্বংস হ'ব বুলি সতৰ্কবাণী শুনাইছে ৰাহুল গান্ধীয়ে।

২ / ৫

চেন্নাই, ২৯ নৱেম্বৰ: প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে লোকসভাৰ আসনৰ সংখ্যা ৮৫০খনলৈ বৃদ্ধি পালে দেশৰ গণতন্ত্ৰ শেষ হৈ যাব বুলি সতৰ্কবাণী শুনাইছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল…

৩ / ৫

দেওবাৰে চেন্নাইত অনুষ্ঠিত উক্ত বৈঠকৰ অন্তত সাংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীয়ে জনায় যে মুখ্যমন্ত্ৰী ষ্টেলিনৰ সৈতে আলোচনা সৌহাৰ্দ্যপূৰ্ণ আছিল।

৪ / ৫

ৰাহুল গান্ধীৰ মতে, লোকসভাৰ আসন ৮৫০খনলৈ বৃদ্ধি কৰি সেই সমষ্টিসমূহৰ গঠন নিজৰ ইচ্ছামতে নিৰ্ধাৰণ কৰাৰ সুযোগ বিজেপিক দিয়াটো দেশৰ নিৰ্বাচনী মানচিত্ৰ সলনি কৰাৰ এক প্ৰচেষ্টা।

৫ / ৫

তামিলনাডুৰ স্বাৰ্থ ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনক আহ্বান জনোৱা বুলি উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে অভিযোগ কৰে যে পূৰ্বে অসম আৰু জম্মু-কাশ্মীৰত এই প্ৰক্ৰিয়াৰ পৰীক্ষা চলোৱা হৈছিল।

‘৮৫০খন আসনযুক্ত লোকসভা হ’লে ভাৰতৰ গণতন্ত্ৰ শেষ হৈ যাব’, সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ ৰাহুল গান্ধীৰ মন্তব্য

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক