ৰাজনীতি

বিপদ বাঢ়িল কংগ্ৰেছৰ! গুৰুত্বপূৰ্ণ অধিৱেশনৰ পূৰ্বে ICUত ভৰ্তি কংগ্ৰেছ সাংসদ কে. সুধাকৰণ, ষড়যন্ত্ৰৰ সন্দেহ

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

সংসদৰ গুৰুত্বপূৰ্ণ অধিৱেশনৰ পূৰ্বে সংযুক্ত আৰৱ আমিৰশ্বাহীত চিকিৎসাধীন কেৰালাৰ কংগ্ৰেছ সাংসদ কে সুধাকৰণ।

২ / ৫

নতুন দিল্লী, ২৯ নৱেম্বৰ: সংসদৰ এক গুৰুত্বপূৰ্ণ অধিৱেশনৰ পূৰ্বে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ এখন চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি হৈছে কেৰালাৰ কংগ্ৰেছ সাংসদ কে সুধাকৰণ।

৩ / ৫

চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকক পিতৃৰ সৈতে সাক্ষাৎ কৰিবলৈ দিয়া নাই বুলি অভিযোগ কৰিছে সুধাকৰণৰ পুত্ৰ সঞ্জোগে।

৪ / ৫

পুত্ৰ সঞ্জোগে সদৰী কৰা মতে, এদিন পূৰ্বে চিকিৎসকে সুধাকৰণৰ স্বাস্থ্যৰ উন্নতি হোৱা বুলি জনাইছিল আৰু দেওবাৰে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ কথা আছিল।

৫ / ৫

এই ঘটনাক লৈ কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ছানী জোছেফে উদ্বেগ প্ৰকাশ কৰিছে।

বিপদ বাঢ়িল কংগ্ৰেছৰ! গুৰুত্বপূৰ্ণ অধিৱেশনৰ পূৰ্বে ICUত ভৰ্তি কংগ্ৰেছ সাংসদ কে. সুধাকৰণ, ষড়যন্ত্ৰৰ সন্দেহ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক