ৰাজনীতি

বিশেষ সংসদীয় অধিৱেশনৰ পূৰ্বে বিজেপিৰ সংসদীয় কাৰ্যনিৰ্বাহক সমিতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

NewzNow · ২৯ নৱেম্বৰ ২০২৬

১ / ৫

সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ সংসদীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

২ / ৫

নতুন দিল্লী, ২৯ নৱেম্বৰ: সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ ঠিক পূৰ্বে দেওবাৰে বিজেপিৰ সংসদীয় দলৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলৰ সৈতে এক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

৩ / ৫

সামাজিক মাধ্যম ‘এক্স’ৰ এক বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৭, লোক কল্যাণ মাৰ্গত বিজেপিৰ সংসদীয় দলৰ কাৰ্যনিৰ্বাহক সমিতিৰ সৈতে এক ফলপ্ৰসূ বৈঠক সম্পন্ন হয় আৰু তাত বিভিন্ন গুৰুত্বপূৰ্ণ…

৪ / ৫

উক্ত বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ, জে পি নাড্ডা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে লোকসভা আৰু ৰাজ্যসভাৰ কেইবাগৰাকীও সাংসদ উপস্থিত থাকে।

৫ / ৫

প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পাছতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে বিভিন্ন ৰাজ্যৰ সাংসদসকলৰ সৈতে নৈশভোজৰ বৈঠকত মিলিত হয়।

বিশেষ সংসদীয় অধিৱেশনৰ পূৰ্বে বিজেপিৰ সংসদীয় কাৰ্যনিৰ্বাহক সমিতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক