দেশ

দিল্লীৰ চাৱড়ী বজাৰত নিৰ্মীয়মাণ অট্টালিকা খহি দুজনৰ মৃত্যু, কেইবাজনো আৱদ্ধৰ আশংকা

NewzNow · ৫ নৱেম্বৰ ২০২৬

১ / ৫

দিল্লীৰ চাৱড়ী বজাৰত নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা খহি দুজনৰ মৃত্যু হৈছে।

২ / ৫

নতুন দিল্লী, ৫ নৱেম্বৰঃ দিল্লীৰ পুৰণি দিল্লীৰ ব্যস্ত চাৱড়ী বজাৰ অঞ্চলত বৃহস্পতিবাৰে পুৱা নিৰ্মীয়মাণ তিনিমহলীয়া এটা অট্টালিকা খহি পৰাৰ ফলত দুজন লোকৰ মৃত্যু হৈছে।

৩ / ৫

পুৱা প্ৰায় ৯.৫০ বজাত চাৱড়ী বজাৰ মেট্ৰ’ ষ্টেচনৰ সমীপৰ গলী চিতাৰাত এই দুৰ্ঘটনা সংঘটিত হয়।

৪ / ৫

ঘটনাস্থলীত জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকি উদ্ধাৰ অভিযান তদাৰক কৰি আছে।

৫ / ৫

উল্লেখযোগ্য যে দীপাৱলীৰ পূৰ্বে চাৱড়ী বজাৰ আৰু চাঁদনী চক অঞ্চলত গ্ৰাহক তথা ব্যৱসায়ীৰ যথেষ্ট ভিৰ হৈছে।

দিল্লীৰ চাৱড়ী বজাৰত নিৰ্মীয়মাণ অট্টালিকা খহি দুজনৰ মৃত্যু, কেইবাজনো আৱদ্ধৰ আশংকা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক