অসম

অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে পাঁচগৰাকীৰ নাম মনোনীত

NewzNow · ৫ নৱেম্বৰ ২০২৬

১ / ৫

সভাপতি পদৰ বাবে পাঁচগৰাকীৰ নাম মনোনীত।

২ / ৫

গুৱাহাটী, ৫ নৱেম্বৰঃ অসম সাহিত্য সভাৰ ২০২৭–২৯ কাৰ্যকালৰ সভাপতি পদৰ বাবে পাঁচগৰাকী বিশিষ্ট ব্যক্তিৰ নাম মনোনীত কৰা হৈছে।

৩ / ৫

মনোনীত ব্যক্তিকেইগৰাকী হৈছে ড০ কৰবী ডেকা হাজৰিকা, ড০ অনিল শইকীয়া, প্ৰহ্লাদ চন্দ্ৰ তাছা, থানেশ্বৰ মালাকাৰ আৰু ড০ জগদীশ পাটগিৰি।

৪ / ৫

এই পাঁচগৰাকী ব্যক্তিৰ ভিতৰৰ পৰাই নিৰ্বাচিত হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি।

৫ / ৫

অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা, সংৰক্ষণ তথা প্ৰসাৰত অসম সাহিত্য সভাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে পাঁচগৰাকীৰ নাম মনোনীত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক