অসম

ৰাইজৰ দলৰ অভিযোগ ভিত্তিহীন, আইনৰ কাষ চাপিব বনজ্যোতি কৌদিন্য

NewzNow · ২৯ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

ড্ৰিম ৱেভ ষ্টুডিঅ’ৰ স্বত্বাধিকাৰী বনজ্যোতি কৌদিন্যই ৰাইজৰ দলৰ দুই নেতাই উত্থাপন কৰা মাটি আৰু এ চি এছ বিষয়া মুনীন্দ্ৰ নাথ ঙাটেৰ পৰিয়ালৰ সৈতে সম্পৰ্কিত অভিযোগসমূহ ভিত্তিহীন বুলি দাবী কৰিছে।

২ / ৫

গুৱাহাটী, ২৯ অক্টোবৰঃ এ চি এছ বিষয়া মুনীন্দ্ৰ নাথ ঙাটেৰ পত্নীৰ নামত বিভিন্ন স্থানত বৃহৎ পৰিমাণৰ মাটি থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ড্ৰিম ৱেভৰ নাম সাঙোৰাৰ বিষয়টোক লৈ ৰাইজৰ দলে তদন্তৰ দাবী…

৩ / ৫

সংবাদমেলত কৌদিন্যই স্পষ্ট কৰি দিয়ে যে ড্ৰিম ৱেভ ষ্টুডিঅ’ৰ সৈতে এ চি এছ বিষয়া মুনীন্দ্ৰ নাথ ঙাটে আৰু তেওঁৰ পত্নীৰ কোনো সম্পৰ্ক নাই।

৪ / ৫

ড্ৰিম ৱেভৰ নামত মাটি থকাৰ অভিযোগৰ প্ৰত্যাহ্বান জনাই কৌদিন্যই ৰাইজৰ দলৰ সংবাদমেল সম্বোধন কৰা দুই নেতাক অভিযোগৰ সমৰ্থনত নথি-পত্ৰ দেখুৱাবলৈ দাবী জনায়।

৫ / ৫

কৌদিন্যই লগতে দাবী কৰে যে ড্ৰিম ৱেভ ষ্টুডিঅ’ৰ নামত কোনো মাটিৰ নথি-পত্ৰ নাই।

ৰাইজৰ দলৰ অভিযোগ ভিত্তিহীন, আইনৰ কাষ চাপিব বনজ্যোতি কৌদিন্য

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক