ঘনকান্ত গগৈৰ মৃতদেহ চমজি লোৱাক লৈ পৰিয়ালৰ আপত্তি।
ডিব্ৰুগড়, ৫ নৱেম্বৰঃ গুৱাহাটীৰ বিলাস ইন হত্যাকাণ্ডৰ অভিযুক্ত ঘনকান্ত গগৈৰ মৃতদেহ চমজি লোৱাক লৈ পৰিয়ালৰ সৈতে প্ৰশাসনৰ জটিলতাৰ সৃষ্টি হৈছে।
ইফালে, ঘনকান্ত গগৈৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাতো জটিলতাৰ সৃষ্টি হৈছে।
উল্লেখ্য, ২৬ অক্টোবৰত গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হৈছিল।
কিন্তু ৪ নৱেম্বৰৰ পুৱতি নিশা শিৱসাগৰলৈ নিয়াৰ পথত আৰক্ষীৰ গুলীত ঘনকান্ত গগৈৰ মৃত্যু হয়।
newznow.in