অসম

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্য! দাৰে আক্ৰমণ কৰি চাৰিজনক আহত, গ্ৰেপ্তাৰ আক্ৰমণকাৰী

NewzNow · ২৯ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

গুৱাহাটীৰ ফটাশিল আমবাৰী অঞ্চলত দাৰে আক্ৰমণ কৰি চাৰিজন লোকক আহত কৰাৰ ঘটনা সংঘটিত হৈছে।

২ / ৫

গুৱাহাটী, ২৯ অক্টোবৰঃ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা।

৩ / ৫

প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ ফটাশিল আমবাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

৪ / ৫

ইফালে, ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ কৰিছে।

৫ / ৫

ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্য! দাৰে আক্ৰমণ কৰি চাৰিজনক আহত, গ্ৰেপ্তাৰ আক্ৰমণকাৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক