মিছমিকাটা বিনা চাহ বাগিচাত পানীৰ গাঁতত পৰি এজনৰ মৃত্যু।
তালাপঃ তিনিচুকীয়া জিলাৰ তালাপৰ সমীপৱৰ্তী মিছমিকাটা বিনা চাহ বাগিচাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
জানিব পৰা মতে, বাগিচাৰ মাজত পানীৰ বাবে খান্দি থোৱা গাঁতটোত পৰি আছিল ধুন্দু খাড়িয়া।
পিছত স্থানীয় লোকে মৃত ব্যক্তিজনক চিনাক্ত কৰে।
ইফালে, ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গাখীৰভেটি উপ-শাখাই।
newznow.in