দীপাৱলী উপলক্ষে ৯ নৱেম্বৰত বিটিচিৰ পাঁচখন জিলাত স্থানীয় বন্ধ।
কোকৰাঝাৰ, ৫ নৱেম্বৰঃ দীপাৱলী উপলক্ষে অহা ৯ নৱেম্বৰত বিটিচিৰ অধীনৰ পাঁচখন জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদে।
বিটিচিৰ সাধাৰণ প্ৰশাসন বিভাগে ৩ নৱেম্বৰত এই সন্দৰ্ভত আনুষ্ঠানিক জাননী জাৰি কৰে।
অৱশ্যে জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কাৰ্যালয় তথা প্ৰতিষ্ঠানসমূহ এই বন্ধৰ আওতাৰ বাহিৰত থাকিব।
বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অতিৰিক্ত প্ৰধান সচিবে জাৰি কৰা জাননীখনত জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বন্ধৰ বিষয়ে ব্যাপক প্ৰচাৰ চলাবলৈ নিৰ্দেশ…
newznow.in