অসম

চলন্ত নৈশবাছতে কন্যা সন্তান জন্ম দিলে মহিলাই, মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে ‘আইদেউজান’ৰ কৰ্মচাৰীয়ে

NewzNow · ২৯ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা ‘আইদেউজান’ নামৰ নৈশবাছখনত জখলাবন্ধাৰ সমীপত এগৰাকী মহিলাই কন্যা সন্তান জন্ম দিয়ে।

২ / ৫

গুৱাহাটী, ২৯ অক্টোবৰঃ বিপদৰ সময়ত মানৱীয়তাৰ পৰিচয় দি প্ৰশংসা বুটলিছে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে চলাচল কৰা নৈশবাছ ‘আইদেউজান’ৰ কৰ্মচাৰীসকলে।

৩ / ৫

জানিব পৰা মতে, যাত্ৰীৰে ভৰ্তি হৈ থকা বাছখনত হঠাৎ প্ৰসৱৰ পৰিস্থিতিৰ সৃষ্টি হয়।

৪ / ৫

সন্তান জন্মৰ পিছতে মাতৃ আৰু নৱজাতকক প্ৰাৰম্ভিক সহায় আগবঢ়োৱা হয়।

৫ / ৫

ঘটনাটো মাজনিশা সংঘটিত হোৱাৰ সময়ত পৰিয়ালটোৱে যাতে চিকিৎসাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বাছখনৰ মালিকেও ৫,০০০ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় বুলি জানিব পৰা…

চলন্ত নৈশবাছতে কন্যা সন্তান জন্ম দিলে মহিলাই, মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে ‘আইদেউজান’ৰ কৰ্মচাৰীয়ে

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক