দেশ

ছয়খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন ঘোষণা

NewzNow · ৫ নৱেম্বৰ ২০২৬

১ / ৫

ছয়খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন ঘোষণা।

২ / ৫

নতুন দিল্লী, ৫ নৱেম্বৰঃ ভাৰতৰ নিৰ্বাচন আয়োগে ছয়খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বাৰ্ষিক বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়া ঘোষণা কৰিছে।

৩ / ৫

এই সংশোধন প্ৰক্ৰিয়া অৰুণাচল প্ৰদেশ, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, মিজোৰাম, উৰিষ্যা আৰু ছিকিমত ৰূপায়ণ কৰা হ’ব।

৪ / ৫

২০২৭ চনৰ ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰত ১৮ বছৰ সম্পূৰ্ণ কৰি ভোটদানৰ যোগ্য হ’বলগীয়া লোকসকলেও আগতীয়াকৈ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব।

৫ / ৫

ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ক্ষেত্ৰতো কেতবোৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে।

ছয়খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধন ঘোষণা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক