অসম

জুবিনৰ হত‍্যাত অভিযুক্তই জামিন পালে কঁপিব অসম; সোণাপুৰত বিশাল গণসমাৱেশত অখিল গগৈৰ সকীয়নি

NewzNow · ৫ নৱেম্বৰ ২০২৬

১ / ৫

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশাল গণসমাৱেশ।

২ / ৫

সোণাপুৰ, ৫ নৱেম্বৰঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি বৃহস্পতিবাৰে গুৱাহাটীৰ সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগী আৰু সাধাৰণ ৰাইজৰ সমাৱেশ ঘটে।

৩ / ৫

৬ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তসকলৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হোৱাৰ কথা।

৪ / ৫

বিশেষকৈ, ৬ নৱেম্বৰৰ শুনানিত ভাৰত চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ উপস্থিতি নিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনোৱা হয়।

৫ / ৫

বিকাশ অসমে আঁত ধৰা অনুষ্ঠানত বিশেষভাৱে সক্ষম ঈশান শৰ্মাই আৰম্ভণি ভাষণ প্ৰদান কৰে।

জুবিনৰ হত‍্যাত অভিযুক্তই জামিন পালে কঁপিব অসম; সোণাপুৰত বিশাল গণসমাৱেশত অখিল গগৈৰ সকীয়নি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক