দেশ

শিখসকলৰ সুৰক্ষাক লৈ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীক সকাহ, এজাহাৰ দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ নাকচ

NewzNow · ৫ নৱেম্বৰ ২০২৬

১ / ৫

শিখসকলৰ সুৰক্ষাক লৈ ২০২৩ চনত দিয়া মন্তব্যৰ গোচৰত ৰাহুল গান্ধীক সকাহ।

২ / ৫

নতুন দিল্লী, ৫ নৱেম্বৰঃ শিখ সম্প্ৰদায়ৰ সুৰক্ষাক লৈ ২০২৩ চনত আমেৰিকাত দিয়া মন্তব্যৰ বাবে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ…

৩ / ৫

ন্যায়াধীশ বিক্ৰম ডি চৌহানৰ বিচাৰপীঠে বৃহস্পতিবাৰে এই ৰায় প্ৰদান কৰে।

৪ / ৫

আদালতে কয় যে সংবিধানৰ ১৯ নং অনুচ্ছেদে প্ৰদান কৰা বাক্‌স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰৰ অধীনত এনে বক্তব্য সুৰক্ষিত।

৫ / ৫

আবেদনকাৰীসকলে অভিযোগ কৰিছিল যে ২০২৩ চনত আমেৰিকা ভ্ৰমণৰ সময়ত শিখসকলৰ সুৰক্ষাক লৈ ৰাহুল গান্ধীয়ে দিয়া বক্তব্য উচটনিমূলক আছিল আৰু ভাৰতীয় ন্যায় সংহিতাৰ ১৫২ নং ধাৰাৰ অধীনত অপৰাধৰ পৰিসৰত পৰে।

শিখসকলৰ সুৰক্ষাক লৈ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীক সকাহ, এজাহাৰ দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ নাকচ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক