অসম

ডাইনী সন্দেহত মহিলাক হত্যা, ডিগবৈত তিনি মহিলাক গ্ৰেপ্তাৰ

NewzNow · ৫ নৱেম্বৰ ২০২৬

১ / ৫

ডিগবৈৰ উল্টাপুল আগুৰিত ডাইনীচৰ্চাৰ সন্দেহত এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ উঠিছে।

২ / ৫

ডিগবৈঃ তিনিচুকীয়া জিলাৰ ডিগবৈৰ উল্টাপুল ঔগুৰিত ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

৩ / ৫

স্থানীয় লোকৰ মাজত মহিলাগৰাকীক লৈ অন্ধবিশ্বাসে গা কৰি উঠিছিল।

৪ / ৫

ঘটনাটো প্ৰথম অৱস্থাত গোপনে ৰখাৰ চেষ্টা কৰা হৈছিল যদিও ডিগবৈ আৰক্ষীৰ তৎপৰতাত পোহৰলৈ আহে।

৫ / ৫

এই ঘটনাৰ সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ ৩(৫), ৭৪, ১০৩(২), ২১৭(এ) আৰু ২৮৩(এ) ধাৰাৰ লগতে ডাইনী সন্দেহজনিত হিংসা প্ৰতিৰোধ আৰু নিৰ্মূল সম্পৰ্কীয় ২০১৫ চনৰ আইনৰ ৪(১), ৫, ৮, ৯ আৰু ১২ ধাৰাৰ অধীনত…

ডাইনী সন্দেহত মহিলাক হত্যা, ডিগবৈত তিনি মহিলাক গ্ৰেপ্তাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক