দেশ

'ধীৰেন্দ্ৰ শাস্ত্ৰী মূৰ্খ মানুহ, এনে মূৰ্খ ব্যক্তিক ধৰ্মগুৰু কোৱাটো ধৰ্মৰ অপমান'

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ শাস্ত্ৰীক ‘মূৰ্খ মানুহ’ বুলি অভিহিত কৰি তেওঁক ধৰ্মগুৰু বুলি কোৱাটো ধৰ্মৰ অপমান বুলি মন্তব্য কৰিছে আপ সাংসদ সঞ্জয় সিঙে।

২ / ৫

বাগেশ্বৰ ধামৰ পীঠাধীশ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে।

৩ / ৫

সঞ্জয় সিঙৰ অভিযোগ, ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে বাৰে বাৰে সনাতন ধৰ্ম, হিন্দু ধৰ্ম আৰু দেৱ-দেৱতাসকলক লৈ আপত্তিজনক মন্তব্য কৰি আহিছে।

৪ / ৫

শেহতীয়াকৈ মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ কৰেৰা অঞ্চলত অনুষ্ঠিত ৰামকথাৰ সময়ত ভগৱান শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণৰ তুলনা কৰি ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে কৰা মন্তব্যক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল।

৫ / ৫

ভিডিঅ’টোত শ্ৰীকৃষ্ণৰ ত্ৰিভংগ ভংগিমাক ‘তিনিটা স্থানত বেঁকা’ বুলি উল্লেখ কৰি শ্ৰীৰামৰ সৈতে তুলনা কৰা দেখা গৈছিল।

'ধীৰেন্দ্ৰ শাস্ত্ৰী মূৰ্খ মানুহ, এনে মূৰ্খ ব্যক্তিক ধৰ্মগুৰু কোৱাটো ধৰ্মৰ অপমান'

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক