অসম

জুবিনৰ মৃত্যুৰ গোচৰ: ১৬০ সাক্ষীয়ে অমৃতপ্ৰভাৰ বিৰুদ্ধে একো কোৱা নাই বুলি দাবী মুখ্যমন্ত্ৰীৰ

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ১৬০গৰাকী সাক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে একো কোৱা নাই বুলি দাবী মুখ্যমন্ত্ৰীৰ।

২ / ৫

গুৱাহাটীঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট ট্ৰেক আদালতত চলি থকা সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়াক লৈ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩ / ৫

মুখ্যমন্ত্ৰীয়ে কয়, “১৬০জন সাক্ষীয়ে কোৱা নাই অভিযুক্তৰ বিৰুদ্ধে কোনো কথা।

৪ / ৫

ন্যায়িক প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বিষয়ত সতৰ্কবাণী দি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ প্ৰক্ৰিয়াক প্ৰশ্ন কৰাটো কাৰো বাবে উচিত নহয়।

৫ / ৫

তেওঁৰ ভাষ্য অনুসৰি, সাক্ষীয়ে তেওঁৰ সন্মুখত এটা কথা আৰু আদালতত আন এটা কথা ক’লে চৰকাৰৰ কৰিবলগীয়া একো নাথাকে।

জুবিনৰ মৃত্যুৰ গোচৰ: ১৬০ সাক্ষীয়ে অমৃতপ্ৰভাৰ বিৰুদ্ধে একো কোৱা নাই বুলি দাবী মুখ্যমন্ত্ৰীৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক