অসম

উচ্চতম ন্যায়ালয়ত আজিও জামিন নাপালে শ্যামকানু আৰু সিদ্ধাৰ্থ: ৩০নৱেম্বৰত জামিনৰ পৰৱৰ্তী শুনানি

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

জুবিনৰ মৃত্যুৰ গোচৰৰ চাৰিটা জামিনৰ বিষয়ত ৩০ নৱেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

২ / ৫

নতুন দিল্লী, ৬ নৱেম্বৰঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত জড়িত চাৰিটা জামিনৰ আবেদনৰ শুনানি অহা ৩০ নৱেম্বৰত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

৩ / ৫

এই শুনানিত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ আবেদন গ্ৰহণ কৰা হ’ব।

৪ / ৫

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গক জামিন দিছে।

৫ / ৫

সন্দীপন গাৰ্গ অসম আৰক্ষীৰ নিলম্বিত উপ-আৰক্ষী অধীক্ষক (ডিএছপি) আৰু জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ।

উচ্চতম ন্যায়ালয়ত আজিও জামিন নাপালে শ্যামকানু আৰু সিদ্ধাৰ্থ: ৩০নৱেম্বৰত জামিনৰ পৰৱৰ্তী শুনানি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক