অসম

'ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক' — মুখ্যমন্ত্ৰী

NewzNow · ৬ নৱেম্বৰ ২০২৬

১ / ৫

ঘনকান্ত গগৈৰ মৃত্যুক লৈ ভুল তথ্য প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২ / ৫

গুৱাহাটী, ৬ নৱেম্বৰঃ ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যুৰ ঘটনাক লৈ ভুল তথ্য প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩ / ৫

মুখ্যমন্ত্ৰীয়ে কয় যে ঘনকান্ত গগৈৰ মৃত্যুৰ ঘটনাক আৰক্ষীয়ে তেওঁক হত্যা কৰা বুলি প্ৰচাৰ কৰাটো উচিত নহয়।

৪ / ৫

ঘটনাটোক দুৰ্ভাগ্যজনক মৃত্যু বুলি অভিহিত কৰি শৰ্মাই কয় যে গণতন্ত্ৰত ন্যায় প্ৰদান কৰাৰ অধিকাৰ কেৱল আদালতৰহে আছে।

৫ / ৫

মুখ্যমন্ত্ৰীৰ মতে, কোনো অভিযুক্তই আৰক্ষীলৈ গুলীচালনা কৰিলে বা পলাবলৈ চেষ্টা কৰিলে আৰক্ষীয়ে নিজৰ কৰ্তব্য অনুসৰি ব্যৱস্থা ল’বলগীয়া হয়।

'ঘনকান্ত গগৈৰ এনকাউণ্টাৰ দুৰ্ভাগ্যজনক' — মুখ্যমন্ত্ৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক